July 15, 2026 1:04 PM

views 2

বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন

অসমীয়া আৰু নেপালী ভাষাত সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি ৰাজ্যত সম্প্ৰীতিৰ ভেটি শক্তিশালী কৰাৰ লগতে দুবাৰকৈ সাহিত্য একাডেমী বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিক গীতা উপাধ্যায়ৰ শেষকৃত্য আজি ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। পদ্মশ্ৰী সন্মানেৰে সন্মানিত সাহিত্যিক উপাধ্যায়ে অসমীয়া আৰু নেপালী ভাষাত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। যোৱা ১৩ জুলাইৰ নিশা মৃত্যু হোৱা সাহিত্যিকগৰাকীৰ তেজপুৰৰ চানমাৰিস্থিত বাসগৃহলৈ কালি ভালেসংখ্যক গুণমুগ্ধৰ আগমন ঘটে আৰু তেওঁলোকে সাহিত্যিকগৰাকীলৈ শেষ শ্রদ্ধা নিবেদন কৰে। আজি অন্ত্যে...