January 20, 2025 9:22 PM

views 43

গুৱাহাটীত অপৰাধমূলক কার্যকলাপ ৰোধ কৰা তথা এনে কাৰ্যত জড়িতৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান

গুৱাহাটী মহানগৰত অপৰাধমূলক কার্যকলাপ ৰোধ কৰা তথা এনে কাৰ্যত জড়িতসকলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে। গুৱাহাটীত আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰি আৰক্ষী আয়ুক্ত ড০ পার্থসাৰথি মহন্তই কয়, যে মহানগৰৰ বিভিন্ন অঞ্চলত আৰক্ষীয়ে ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে আৰু বিভিন্ন গোচৰৰ তদন্ত প্রক্রিয়াও ক্ষিপ্ৰ কৰি তোলা হৈছে। তেওঁ কয়, যে মহানগৰবাসী যাতে তৎকালে আৰক্ষীৰ যথাযথ সেৱা লাভ কৰিব পাৰে তাৰ বাবেও প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ড° মহন্তই অপৰাধমূলক কার্যকলাপত জড়ি...