July 23, 2026 9:45 PM

views 1

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস

আজি ৰাষ্ট্ৰীয় সম্প্ৰচাৰ দিৱস উপলক্ষে প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্য্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে কয়, যে বিগত ৯৯ বছৰত সম্প্ৰচাৰ ৰেডিঅ'ৰ পৰা টিভিলৈ আৰু এতিয়া ডিজিটেল স্ট্রীমিঙলৈ বিকশিত হৈছে। আকাশবাণীৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত শ্ৰীদ্বিবেদীয়ে কয়, যে প্ৰচাৰ ভাৰতীয়ে ভাৰতৰ ভিতৰত আৰু বিদেশৰ দৰ্শকৰ মাজলৈ সকলো ধৰণৰ মনোৰঞ্জনমূলক, তথ্য সমৃদ্ধ আৰু শিক্ষামূলক বিষয়-বস্তুৰ সম্ভাৰ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।  প্ৰসাৰ ভাৰতীৰ ৱেভছ নামৰ অ' টি টি প্লেটফৰ্ম মুকলি কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীদ্বিবেদীয়ে কয়...