September 30, 2025 11:22 AM

views 56

গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িতঃ কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাটিল

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে গুৰুত্ব আৰোপ কৰি কয়, যে গংগাৰ সংৰক্ষণ কেৱল পৰিৱেশৰ সংৰক্ষণেই নহয় বৰং ই ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, বিশ্বাস আৰু লাখ লাখ মানুহৰ জীৱন ৰেখাৰ সৈতে জড়িত। নতুন দিল্লীত কালি গংগা সজীৱকৰণ সম্পৰ্কীয় সৱলীকৰণ টাস্ক ফৰ্চৰ ষষ্ঠদশ বৈঠকত অধ্যক্ষতা কৰি শ্ৰীপাটিলে এইদৰে কয়। এই ক্ষেত্ৰত লাভ কৰা সাফল্যত সন্তুষ্টি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে টাস্ক ফৰ্চে বিগত এটা বছৰত গ্ৰহণ কৰা কাৰ্যসূচীয়ে ৮০ শতাংশ সমস্যা সফলভাৱে সমাধান কৰে বুলি উল্লেখ কৰে। তেওঁ কয়, যে এই কাৰ্যৱ...

March 10, 2025 8:38 PM

views 46

গংগাৰ পানী লেতেৰা হোৱা নাই বুলি কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ মন্তব্য

কেন্দ্রীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলে, গংগাৰ পানী লেতেৰা হোৱা নাই বুলি নিশ্চিতি প্ৰদান কৰিছে। সংসদৰ বাহিৰত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত শ্ৰী পাৰ্টিলে কয়, যে গংগাৰ পানী লেতেৰা বুলি একাংশ লোকে ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। মহাকুম্ভ ২০২৫ৰ সময়ত গংগাৰ পানী লেতেৰা হৈছে বুলি কেইবাগৰাকীও সাংসদে উল্লেখ কৰা বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।