July 9, 2024 12:19 PM

views 29

গগন নাৰঙক পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ ঘোষণা

ভাৰতীয় অলিম্পিক সংস্থা (আই অ’ এ)ই গগন নাৰঙক ২৬ জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া চলিত বৰ্ষৰ পেৰিছ অলিম্পিকত ভাগ ল'বলগীয়া ভাৰতীয় দলৰ ‘ছেফ দ্যা মিছন’ হিচাপে ঘোষণা কৰিছে। চাৰিবাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা তথা ২০১২ চনৰ অলিম্পিক ক্রীড়া সমাৰোহৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল শিতানত ব্ৰঞ্জৰ পদক অৰ্জন কৰা গগন নাৰঙে এম চি মেৰিকমৰ ঠাইত এই দায়িত্ব গ্রহণ কৰিব। আই অ' এৰ অধ্যক্ষ ড০ পি টি ঊষাই কালি কয় যে, মেৰিকমে পদত্যাগ কৰাৰ পাছত উপ-ছেফ দ্যা মিছন হিচাপে থকা শ্ৰী নাৰঙক এই দায়িত্ব অর্পণ কৰা হয়। ড০ ঊষাই লগতে দুবাৰক...