June 15, 2024 9:39 PM

views 31

চীনৰ অসাধু ব্যৱসায় প্ৰথাৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহৰ

জি-৭ ৰাষ্ট্ৰগোষ্ঠীৰ সদস্য ৰাষ্ট্ৰসমূহে ইটালীত অনুষ্ঠিত বাৰ্ষিক শীৰ্ষ সন্মিলনৰ কালি অন্তিম দিনা এটা যৌথ বিবৃতি যোগে চীনৰ অসাধু ব্যৱসায় প্ৰথাৰ সন্মুখীন হোৱাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতা প্রকাশ কৰিছে। এই অসাধু প্ৰথাসমূহে চীনৰ শ্ৰমিক আৰু উদ্যোগসমূহক দুৰ্বল কৰি তুলিছে। জি-ছেভেন ৰাষ্ট্ৰসমূহে লগতে ইউক্রেইন বিৰোধী যুঁজৰ বাবে অস্ত্ৰ-শস্ত্ৰ আহৰণ কৰাৰ ক্ষেত্ৰত ৰাছিয়াক সহায় কৰিলে চীনৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে। যৌথ বিবৃতিটোত জি-ছেভেন ৰাষ্ট্ৰগোষ্ঠীয়ে চীনৰ ক্ষত...