December 23, 2025 7:42 PM

views 63

জি ৰাম জি আঁচনি কাৰ্যকৰী কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কার্যসূচী

বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্রামীণ বা জি ৰাম জি আঁচনি কাৰ্যকৰী কৰা সন্দৰ্ভত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভালেমান কার্যসূচী অনুষ্ঠিত হৈছে। নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰত এই উপলক্ষে আযোজিত অনুষ্ঠানত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড০ বিদ্যুৎ চন্দন ডেকাই অংশগ্ৰহণ কৰে। তেওঁ কৃষকসকলক চৰকাৰী আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ আগুৱাই অহাৰ বাবে আহ্বান জনায়। উল্লেখযোগ্য যে এই অভিলাষী আঁচনিখনৰ অধীনত ১ লাখ ৫১ হাজাৰ কোটি টকা ব্যয়ৰ প্ৰস্তাৱ লোৱা হৈছে। শ্ৰমিকসকলক পূৰ্বৰ ১০০ দিনৰ পৰিৱৰ্...