June 16, 2026 8:16 PM

views 26

জি-৭ সদস্য-ৰাষ্ট্ৰৰ শীর্ষ সন্মিলনত ইউক্রেইনৰ যুদ্ধৰ বিষয়টো সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা

বৃহৎ ঔদ্যোগিক দেশসমূহৰ জি-৭ সদস্য-ৰাষ্ট্ৰৰ শীর্ষ সন্মিলনত আজি ৪ বছৰৰো অধিক সময় অব্যাহত থকা ইউক্রেইনৰ যুদ্ধৰ বিষয়টো সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পৰ কাৰ্যৰ্যসূচীত গুৰুত্ব দিয়াৰ বাবে কাম কৰে। আয়োজক দেশ ফ্রান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰৱে কয় যে ইউক্রেইনক সমর্থন কৰাৰ আৰু এখন শান্তি চুক্তিত উপনীত হোৱাৰ বাবে ৰাছিয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ বাবে তেওঁ ট্রাম্পক সৈমান কৰাব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পে ইউক্রেইনক সাহায্য দিয়া বন্ধ কৰাৰ পাছত ফ্রান্স আৰু ইউৰোপীয় সংঘই বর্তমান কীভক সামৰিক ...