November 22, 2025 8:58 PM

views 52

গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্রধানমন্ত্রীৰ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গোলকীয় উন্নয়নৰ মাপকাঠীসমূহ পুনৰ বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্রিকাৰ জোহান্সবার্গত অনুষ্ঠিত জি-২০ সম্মিলনৰ প্ৰথম সত্ৰত ভাষণ দি কয়, যে জি-২০য়ে গোলকীয় পর্যায়ত বিত্ত আৰু বিকাশক এটা স্থিতি দিছে কিন্তু বৰ্তমানৰ জি-২০ৰ আৰ্হিয়ে গৰিষ্ঠসংখ্যক লোকক সা-সুবিধাৰ পৰা বঞ্চিত ৰাখিছে। তেওঁ কয়, যে ইয়াৰ ফলত ব্যাপক হাৰত প্ৰকৃতি ধংস হৈছে, বিশেষকৈ আফ্রিকা মহাদেশত ইয়াৰ প্ৰভাব অধিক দেখা গৈছে। প্রধানমন্ত্রী মোদীয়ে কয়, যে নতুন দিল্লীত অনুষ্ঠিত জ...

November 2, 2024 5:41 PM

views 67

ব্রাজিলৰ বেলেমত ২০২৪ চনৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মী গোট মন্ত্ৰীসভাৰ বৈঠক

ব্রাজিলৰ বেলেমত ২০২৪ চনৰ ৩০ অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে জি-২০ দুৰ্যোগৰ আশংকা হ্ৰাস কৰ্মী গোট মন্ত্ৰীসভাৰ বৈঠক অনুষ্ঠিত হয়। বিভিন্ন মন্ত্ৰী পৰ্যায়ৰ অধিৱেশনৰ সময়ত প্রধানমন্ত্ৰীৰ প্ৰধান সচিব পি. কে মিশ্ৰই দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি আৰু দুৰ্যোগ নিৰাময়ৰ বাবে বৃদ্ধি কৰা পুঁজিৰ বিষয়ে উল্লেখ কৰে৷ প্রধান সচিবগৰাকীয়ে দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰতো গুৰুত্ব আৰোপ কৰে আৰু দুৰ্যোগৰ আশংকা হ্রাস কর্মী গোটৰ পাঁচটা অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰে। এইবোৰ হৈছে আ...