July 12, 2026 11:44 AM

views 2

ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনে ছুইগি ইনষ্টামাৰ্টলৈ ৯ খন জাননী জাৰি

খাদ্য সুৰক্ষা আৰু মান আইন ২০০৬ৰ অধীনত নিয়ম উলংঘা কৰা বুলি একাংশ গ্রাহকে দাখিল কৰা অভিযোগৰ পিছত ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰনে ছুইগি ইনষ্টামাৰ্টলৈ ৯ খন জাননী জাৰি কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰাধিকৰনে কয় যে খাদ্য ব্যৱসায় পৰিচালকক বিষদভাৱে অৱগত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্রতিবেদন দিয়াত ব্যর্থ হ'লে উপযুক্ত আইনী ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি প্ৰাধিকৰনে উল্লেখ কৰিছে। গ্রাহকসকলে ছুইগি ইনষ্টামাৰ্টৰ জৰিয়তে ম্যাদ উকলি যোৱা, পচি যোৱা, অসুৰক্ষিত খাদ্য সামগ্রী যোগান ধৰা বু...