June 4, 2026 7:45 PM

views 25

গোৱালপাৰাত বন বিভাগৰ সংমণ্ডলৰ উৰপদ বিল ফুটবল প্রতিযোগিতা

গোৱালপাৰা জিলাৰ ঐতিহাসিক জলাশয় উৰপদ বিলৰ সংৰক্ষণ আৰু সৌন্দর্য বর্ধনৰ বাবে বন বিভাগৰ গোৱালপাৰা সংমণ্ডলে বিলখনৰ কাষৰীয়া গাওঁসমূহক সামৰি উৰপদ বিল ফুটবল প্রতিযোগিতা অনুষ্ঠিত কৰিছে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা এই প্রতিযোগিতাত আজি দুখনকৈ চেমিফাইনেল অনুষ্ঠিত হয়। কাইলৈ প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। এই ফাইনেল খেলত জিলা আয়ুক্ত প্রদীপ টিমুং, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত, বিধায়ক টংকেশ্বৰ ৰাভা, পবিত্ৰ ৰাভা, বন নংমণ্ডল প্ৰাধিকাৰী তেজাশ মৰি স্বামীৰ লগতে আন কেইবাগৰাকীও লোক অতিথি...