February 15, 2025 6:19 PM

views 37

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন দুগুণলৈ বৃদ্ধি

দেশত বিগত ১০ বছৰত মাছৰ উৎপাদন দুগুনলৈ বৃদ্ধি পাইছে। মীন মন্ত্ৰ্যালয়ৰ এটা তথ্য অনুসৰি ২০১৩-১৪ বৰ্ষত দেশত মাছৰ উৎপাদন ৯৫ লাখ টনৰ তুলনাত ২০২৩-২৪ বৰ্ষত ১৮৪ লাখ টনলৈ বৃদ্ধি হৈছে। ৮ শতাংশ অংশীদাৰিত্বৰে ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ মৎস্য উৎপাদকাৰী দেশ হিচাপে পৰিগণিত হৈছে বুলিও মন্ত্ৰ্যালয়ৰ সুত্ৰই প্ৰকাশ কৰে। সুত্ৰটোৱে আৰু জনোৱা মতে বিগত দুটা দশকত ভাৰতৰ মীন খণ্ড উল্লেখযোগ্য বিকাশ আৰু পৰিবৰ্তনৰ সাক্ষী হৈছে। ২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত মীন খণ্ড ২ হাজাৰ ৭০৩ কোটি টকাতকৈও অধিক বার্ষিক বাজেট সমর্থনৰ প্ৰস্ত...