July 22, 2025 1:11 PM

views 19

বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰৰ মুদ্রাস্ফীতি নিয়ন্ত্ৰণত সফলতা লাভঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

বহনক্ষম নিয়োগ ব্যৱস্থা আৰু ঘৰুৱা আয় উন্নত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুদ্রাস্ফীতি নিয়ন্ত্ৰণত সফলতা লাভ কৰিছে। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে কালি লোকসভাত উত্থাপিত এটা প্ৰশ্নৰ লিখিত উত্তৰত এইদৰে কয়। তেওঁ কয়, যে চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মজুতৰ পৰিমাণ বৃদ্ধিত গুৰুত্ব আৰোপ কৰাৰ লগতে মুকলি বজাৰত ক্ৰয় কৰা শস্যৰ কৌশলগত বিক্ৰী আৰু নিৰ্বাচিত খাদ্য-সামগ্ৰীৰ খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত ৰাজ সাহায্য প্ৰদান কৰিছিল। শ্ৰীমতী সীতাৰমণে কয়, যে এই পদক্ষেপসমূহে ২০২৩-২৪ চনত মুদ্রাস্ফীতিৰ হ...