June 21, 2026 7:48 PM

views 21

মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰত চূড়ান্ত বিজয়ী

নিউজিলেণ্ডত অনুষ্ঠিত মহিলাৰ FIH নেচন কাপ হকী প্রতিযোগিতাত ভাৰতে চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিছে। আজি অকলেণ্ডত অনুষ্ঠিত প্রতিযোগিতাৰ ফাইনেল খেলত আয়োজন দেশ নিউজিলেণ্ডক ভাৰতে ২-০ গ'লত পৰাস্ত কৰি দ্বিতীয়টো FIH নেচন কাপ দখল কৰে। এই জয়েৰে ভাৰতে FIH মহিলা প্রো-লীগলৈ উন্নীত হোৱাটো নিশ্চিত কৰিছে। খেলৰ প্ৰথম ভাগতে নবনীত কৌৰে প্ৰথমটো গ'লৰ জৰিয়তে অগ্রগতি দিয়ে।  ইয়াৰ পাছত সোনেলিতা টঙ্গুৱে আন এটা গ'ল দি ভাৰতৰ জয় নিশ্চিত কৰে। খেলখনত লাল ৰেমচিয়ামিক প্লেয়াৰ অব দ্য মেচ খিতাপ প্রদান কৰা হয়। আনহাতে, দীপিকাই প্রতিয...