December 16, 2025 1:54 PM

views 30

চৰকাৰ-উদ্যোগসমূহে কৃষকসকললৈ প্ৰত্যক্ষ সুবিধা আগবঢ়োৱা বুলি কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ আয়ুক্ত প্ৰবীন কুমাৰৰ মন্তব্য

কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ আয়ুক্ত প্ৰবীন কুমাৰে চৰকাৰ আৰু উদ্যোগসমূহৰ একেটাই লক্ষ্য, সেয়া হৈছে দীর্ঘস্থায়ী বিকাশ আৰু কৃষকসকললৈ প্ৰত্যক্ষ সুবিধা আগবঢ়োৱা বুলি উল্লেখ কৰিছে। নতুন দিল্লীত কালি ফিক্কীৰ দীৰ্ঘস্থায়ী কৃষি সন্মিলন আৰু বঁটা ২০২৫ৰ পঞ্চম সংস্কৰণত ভাষণ দি তেওঁ এইদৰে কয়। তেওঁ মাটিৰ স্বাস্থ্য উন্নত কৰা, জল বিতৰণ ব্যৱস্থাপনা আৰু পেলনীয়া সামগ্ৰীৰ পৰা সম্পদ সৃষ্টিত গুৰুত্ব দি কৃষকৰ আয় বৃদ্ধি সম্পৰ্কে আলোকপাত কৰে। কৃষকসকলক বজাৰ নীতিৰ সৈতে সংযোজিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ...