June 20, 2026 12:24 PM
15
ভাৰতীয় প্রশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা FATFৰ পৰৱৰ্তী উপ-সভাপতি নির্বাচিত
ভাৰতীয় প্রশাসনিক সেৱাৰ জ্যেষ্ঠ বিষয়া বিবেক আগৰৱালা ২০২৬-২৭ বৰ্ষৰ বাবে ফাইনেন্সিয়েল এক্সন টাস্ক ফর্চ- FATFৰ পৰৱৰ্তী উপ-সভাপতি হিচাপে নির্বাচিত হৈছে। তেওঁ যুক্তৰাজ্যৰ গিলছ থমছনৰ উত্তৰসূৰী হিচাপে দায়িত্ব গ্রহণ কৰিব। বর্তমান তেওঁ সাংস্কৃতিক ম্যালয়ৰ সচিব হিচাপে কৰ্মৰত হৈ আছে। বৈদেশিক পৰিক্ৰমা মগ্ন্যালয়ে এই নিযুক্তি ভাৰতৰ বাবে বৃহৎ জয় বুলি অভিহিত কৰিছে। মন্ত্ৰ্যালয়ৰ মতে এই নিযুক্তিয়ে সন্ত্রাসবাদৰ আৰ্থসাহায্য আৰু অবৈধ বিত্তীয় নেটৱৰ্কৰ বিৰুদ্ধে যুঁজ দিয়াত ভাৰতক সহায় কৰিব। উল্লেখযোগ্য যে ১৭ৰ পৰা ১৯ জুনলৈ...