March 20, 2025 8:17 PM

views 67

খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত ১,১০০ টা আন্তঃগাঁথনি প্ৰকল্পত চৰকাৰৰ অনুমোদন

চৰকাৰে ৫ লাখ খেতিয়কক উপকৃত কৰাৰ উদ্দেশ্যে বিভিন্ন আঁচনিৰ অধীনত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সৈতে জড়িত এহেজাৰ ১০০ টা আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনাইছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত খাদ্য সংসাধন উদ্যোগৰ ৰাজ্য মন্ত্ৰী ৰাৱনীত সিঙে এই কথা প্ৰকাশ কৰে। এই আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী কিষাণ সম্পদ যোজনা, খাদ্য সংস্কৰণ উদ্যোগৰ সৈতে জড়িত উৎপাদনসমূলক আঁচনি আৰু প্ৰধানমন্ত্রী ক্ষুদ্ৰ খাদ্য সংস্কৰণ উদ্যম আঁচনিও আছে। তেওঁ কয়, যে মন্ত্ৰ্যালয়ে ৪৪ হাজাৰ কোটি টকা ব্যায়ৰে ৪১ খন মেগা খাদ্য উদ্যান প্ৰকল্পৰ...