August 13, 2026 4:57 PM

views 19

গুৱাহাটীৰ ফাঁচী বজাৰৰ এছ এছ ৰোড, এম এছ ৰোড আৰু এইচ বি ৰোডক ব্যৱসায় নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা

ৰাজ্য চৰকাৰে যান-জঁট ৰোধ কৰাৰ লগতে পথচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ উদ্দেশ্যে গুৱাহাটীৰ ফাঁচী বজাৰৰ এছ এছ ৰোড, এম এছ ৰোড আৰু এইচ বি ৰোডক ব্যৱসায় নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰিছে আৰু পথকেইটাত যান-বাহন ৰখোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ৰ অধ্যক্ষতাত কালি জনতা ভৱনত অনুষ্ঠিত এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকত গুৱাহাটীৰ ব্যস্ত ব্যৱসায়ী অঞ্চলসমূহৰ অন্যতম ফাঁচী বজাৰত যান-জঁট দূৰ কৰাৰ বিভিন্ন ব্যৱস্থা সম্পর্কে আলোচনা কৰা হয়। বিভাগীয় বিষয়া আৰু ...