May 12, 2025 7:37 PM

views 49

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভূৱা বুলি প্ৰকাশ কৰিছে

কেন্দ্ৰীয় চৰকাৰে শেহতীয়া সংবাদমেলত পাকিস্তানী সেনাৰ কেতবোৰ দাবী ভূৱা বুলি প্ৰকাশ কৰিছে। পাকিস্তানে ভাৰতৰ কিছু সংবাদ মাধ্যমে ভাৰতীয় বিমান ঘাটি ক্ষতিগ্ৰস্ত হোৱাৰ কথা স্বীকাৰ কৰিছে বুলি মিছা দাবী কৰিছিল। প্ৰেছ ইনফৰমেশ্বন ব্যুৰোৰ ফেক্ট ছেক গোটে প্ৰকাশ কৰা মতে, পাকিস্তানে ইয়াৰ প্ৰমাণ হিচাপে বিসংগতিপূৰ্ণ ভিডিঅ' প্ৰচাৰ কৰি নিজৰ জনসাধাৰণকে বিপথে পৰিচালিত কৰিছে। পাকিস্তানৰ অন্তঃৱৰ্তী সেনা জনসম্পর্ক মহানির্দেশকে কালি এখন সংবাদমেলত ভাৰতীয় সংবাদমাধ্যমে প্ৰচাৰ কৰা এটা সম্পূৰ্ণ ভিডিঅ'ৰ কিছু অংশ সম্পাদনা ...

August 2, 2024 3:11 PM

views 89

প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি উৎখাত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ প্ৰেছ ইনফৰমেচন ব্যুৰোৰ তথ্য পৰীক্ষণ গোটে ২০১৯ চনৰ পৰা বৰ্তমানলৈ মুঠ ৯,৯২২টা বাৰ্তাক ভুৱা বাতৰি হিচাপে চিহ্নিত কৰি সেইবোৰ উৎখাত কৰিছে। তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ এল মুৰুগানে আজি ৰাজ্যসভাত এটা পৰিপুৰক প্ৰশ্নৰ উত্তৰত এই কথা প্রকাশ কৰে। ২০১৯ চনত ব্যুৰোৰ তথ্য পৰীক্ষণ গোটটো প্ৰতিষ্ঠা কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দিল্লীত স্থাপন কৰা এই গোটটোৰ আঞ্চলিক ভিত্তিৰ কোনো শাখা স্থাপন বিষয়ে সম্প্ৰতি পৰিকল্পনা কৰা হোৱা নাই। ভুৱা বাতৰি...