November 26, 2025 12:05 PM

views 52

অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ : বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আৰু চীনৰ কোনো অস্বীকাৰে এই বাস্তৱতাক সলনি কৰিব নোৱাৰে বুলি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে স্পষ্ট কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মন্তব্য সন্দৰ্ভত সংবাদমাধ্যমৰ প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে জনাইছে যে, অৰুণাচল প্ৰদেশৰ এজন ভাৰতীয় নাগৰিকক আটক কৰাৰ বিষয়টোক গুৰুত্ব সহকাৰে লোৱা হৈছে। ভাৰতীয় নাগৰিকগৰাকীৰ হাতত বৈধ পাছপ'ৰ্ট আছিল আৰু চাংহাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈ জাপানলৈ যাত্ৰা কৰি আছিল। জয়ছৱালে কয়, যে চীন কৰ্তৃপক্ষই ...