August 13, 2026 5:15 PM
1
চি বি এছ ই-ৰ চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ- চি বি এছ ইয়ে চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰিপূৰক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। ছাত্ৰ-ছাত্ৰীসকলে ডিজি ল’কাৰ ৰিজালটিই প'ৰ্টেলৰ জৰিয়তে results.digilocker.gov.in.-ত ফলাফলসমূহ চাব পাৰিব।