July 10, 2026 10:32 AM

views 14

E85 ইন্ধন প্ৰৱৰ্তন কৰা সন্দৰ্ভত পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীৰ প্ৰকাশ

চৰকাৰে E85 ইন্ধন প্ৰবৰ্তন কৰাৰ পৰিকল্পনা কৰা বুলি আৰু ইয়াৰ মূল্য E-20 পেট্রলৰ তুলনাত প্রতি লিটাৰত ২০ টকা কম হ'ব বুলি কেন্দ্রীয় পেট্রলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্রী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে। তেওঁ কয়, যে E85 ইন্ধন অকল এই ইন্ধন ব্যৱহাৰৰ উপযোগীকে নিৰ্মাণ কৰা বাহনৰ বাবেহে উপলব্ধ হ'ব। মন্ত্ৰীগৰাকীয়ে কালি এটা ব্যক্তিগত নিউজ চেনেলেৰ সৈতে হোৱা সাক্ষাৎকাৰত কয়, যে গ্রাহকসকলক বিত্তীয় সকাহ প্ৰদানৰ লগতে চৰকাৰৰ ইথানল মিশ্রন কাৰ্যসূচী আগুৱাই নিয়াৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। ব্যাপক জৈৱ ইন্ধন নীতিৰ সপক্...