December 12, 2024 12:00 PM

views 21

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ভাৰতৰ বেংকিং খণ্ডই নতুন উল্লেখনীয় মাত্ৰা লাভ কৰিছেঃ নিৰ্মলা সীতাৰমন

ৰাজহুৱা খণ্ডৰ বেংকসমূহকে ধৰি ভাৰতৰ বেংকিং খণ্ডই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত নতুন উল্লেখনীয় মাত্ৰা লাভ কৰিছে বুলি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰকাশ কৰিছে। নাগৰিক কেন্দ্ৰিক প্ৰশাসন মোদী চৰকাৰৰ প্ৰধান নীতি বুলি বিত্তমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰিছে। ৰাজহুৱা খণ্ডৰ বেংকসমূহ প্ৰৱঞ্চকৰ বাবে সীমাহীন উৎস হিচাপে ব্যৱহাৰ হৈ আছে বুলি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অভিযোগক মন্ত্ৰীগৰাকীয়ে সমালোচনা কৰে।