September 17, 2026 12:44 PM
5
পি এফ অ’ৰ অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষা সুবিধা লাভৰ বাবে পাৰিতোষিকৰ সীমা বৃদ্ধি
কেন্দ্ৰীয় মন্ত্ৰীসভাই কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা-ই পি এফ অ'ৰ অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষা সুবিধা লাভৰ বাবে পাৰিতোষিকৰ সীমা মাহিলী ১৫ হাজাৰৰ পৰা ২৫ হাজাৰ টকালৈ বৃদ্ধি কৰিছে। মন্ত্রীসভাই বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি কয় যে এই সিদ্ধান্তৰ ফলত অতিৰিক্ত ৫১ লাখৰো অধিক কৰ্মচাৰীক ই পি এফ অ'ৰ বাধ্যতামূলক সামাজি সুৰক্ষাৰ সুবিধা আওতালৈ আহিব আৰু কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষাৰ পৰিষৰ বৃদ্ধি পাব। এই সিদ্ধান্তৰ ফলত চৰকাৰক বছৰি প্ৰায় ১১ হাজাৰ ৩৩৯ কোটি ট...