July 14, 2026 1:35 PM

views 11

অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২০২৬-২৭ শিক্ষাবর্ষৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে সাধাৰণ প্ৰৱেশ পৰীক্ষা অহা ১৮ জুলাইত অনুষ্ঠিত হ'ব। এই পৰীক্ষা ৰাজ্যৰ মুঠ ১৮ টা কেন্দ্র ক্রমে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, তেজপুৰ আৰু কোকৰাঝাৰত তিনিটা পর্যায়ত অনুষ্ঠিত হ'ব। আবেদনকাৰীসকলে তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.aau.ac.inৰ পৰা ডাউনলোড কৰিব পাৰিব। বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক দামোদৰ বৰ্মনৰ দ্বাৰা স্বাক্ষৰিত এটা প্ৰেছ বার্তাযোগে বিশ্ববিদ্যালয় কর্তৃপক্ষই জনাইছে যে, বিশেষ কাৰিকৰী কাৰণত গুৱাহাটীৰ ৰ...