September 23, 2024 3:42 PM

views 50

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগৰ পৰিকল্পনা

সমগ্ৰ দেশতে ৭০ হাজাৰতকৈও অধিক বাহন চার্জিং কেন্দ্ৰ স্থাপনৰ বাবে দুহেজাৰ কোটিতকৈও অধিক টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে। গুৱাহাটীত কেন্দ্ৰীয় গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে অসমৰ কাৰ্বি আংলং জিলাৰ চিমেণ্ট কৰ্প'ৰেচন অব্ ইণ্ডিয়া লিমিটেডৰ বোকাজান প্রকল্প পুনৰুজ্জীৱিত কৰিবলৈ চৰকাৰে প্ৰায় ৭০০ কোটি টকা বিনিয়োগ কৰিব। শ্রী কুমাৰাস্বামীয়ে শনিবাৰে বোকাজান চিমেণ্ট ফেক্টৰীত কেঁচা মিলত হট গেছ...