November 25, 2025 10:01 PM

views 31

ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ একতাৰ পদযাত্ৰাৰ সামৰণি

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়ৰ নিৰ্দেশ অনুযায়ী ৰাজ্যৰ ভিন্ন প্ৰান্তত আয়োজন কৰা লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জয়ন্তীৰ একতাৰ পদযাত্ৰাৰ আজি সামৰণি পৰে। শোণিতপুৰ জিলা প্ৰশাসন আৰু মোৰ ভাৰত শোণিতপুৰৰ যৌথ উদ্যোগত তেজপুৰত অনুষ্ঠিত একতাৰ পদযাত্ৰাত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে মুখ্য অতিথি হিচাপে থাকি পদযাত্ৰা মুকলি কৰে। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত চিলাপথাৰৰ চিলা জনজাতি উচ্চতৰ মাধ্যমিক খেলপথাৰত একতাৰ পদযাত্রা অনুষ্ঠিত হয়। কার্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান...