October 31, 2025 1:42 PM

views 79

দেশৰ সকলো বিদ্যালয়তে তৃতীয় শ্ৰেণীৰপৰা কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ’ব : শিক্ষা মন্ত্রালয়

দেশৰ সকলো বিদ্যালয়তে তৃতীয় শ্ৰেণীৰপৰা কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হ'ব। শিক্ষা মন্ত্রালয়ে জনোৱা অনুসৰি,এই পদক্ষেপে জটিল প্রত্যাহ্বানসমূহ সমাধানৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ নৈতিক ব্যৱহাৰৰ দিশত এটা উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব। কৃত্রিম বুদ্ধিমত্তা আৰু কম্পিউটাৰৰ শিক্ষাই শিক্ষণ শৈলীত সহায় কৰাৰ উপৰিও ছাত্ৰ ছাত্ৰীৰ চিন্তন প্ৰক্ৰিয়াতো সহায় কৰিব। মন্ত্ৰালয়ে লগতে জনায় যে কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদে আই আই টি মাদ্ৰাজৰ অধ্যাপক কার্তিক ৰমণৰ অধ্যক্ষতাত কৃত্রিম বুদ্ধিমত্তা আৰু গণন...