October 4, 2026 10:35 AM
2
কেন্দ্রীয় উচ্চ শিক্ষা মন্ত্র্যালয়ে ধ্রুপদী ভাষাৰ অধ্যয়নৰ বাবে ৫টা উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন
কেন্দ্রীয় উচ্চ শিক্ষা মন্ত্র্যালয়ে ধ্রুপদী ভাষাৰ অধ্যয়নৰ বাবে ৫টা উৎকর্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। উচ্চ শিক্ষা বিভাগে প্রকাশ কৰা মতে অসমীয়া, বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃত ভাষা অধ্যয়নৰ বাবে এই কেন্দ্র কেইটা স্থাপন কৰা হ'ব। এই উদ্যমে উন্নত শৈক্ষিক গবেষণা, ভাষিক তথা সাহিত্যিক ঐতিহ্যৰ সংৰক্ষণ তথা ডিজিটেল ৰূপ প্রদান আৰু এই ধ্রুপদী ভাষাসমূহৰ জ্ঞানৰ প্ৰসাৰৰ বাবে সুকীয়া প্রতিষ্ঠানগত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে। অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, পশ্চিমবংগৰ বিশ্ব ভাৰতী বিশ্ববিদ্যালয়, পুনেৰ ...