January 19, 2025 1:20 PM

views 46

চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম-কাজ নিৰীক্ষণৰ বাবে শিক্ষা বিভাগৰ বিশেষ ব্যৱস্থা

ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে চৰকাৰী আৰু প্ৰশাসনিক বিদ্যালয়সমূহৰ অসামৰিক কাম-কাজ নিৰীক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। গুণোৎসৱৰ জৰিয়তে বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে সমগ্র শিক্ষা অভিযানে এটা বিশেষ ৱেব প'ৰ্টেল প্ৰস্তুত কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কালি এই প'ৰ্টেলটো মুকলি কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ জ্ঞান-দক্ষতা নথিভুক্ত কৰিবলৈ দুখন কেৰিয়াৰ গাইডেন্স টেবুল বুক মুকলি কৰে। সমগ্ৰ শিক্ষা অভিযানৰ সঞ্চালক ড০ ওম প্রকাশ আৰু কাৰ্যবাহী সঞ্চালক ফণীন্দ্ৰ দাসৰ উপস্থিতিত শিক্...