June 7, 2026 12:45 PM
20
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্রধানমন্ত্রীৰ অর্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ বৈঠক
প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰধানমন্ত্ৰীৰ অর্থনৈতিক পৰামৰ্শদাতা পৰিষদৰ সদস্যসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্রীমোদী আৰু পৰিষদৰ বিষয়ববীয়াসকলক দেশৰ অর্থনীতিক ত্বৰান্বিত কৰিব পৰা বহুকেইটা বিষয়ত আলোচনা কৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা আৰু ব্যবসায় সম্বন্ধীয় বহুকেইটা বিষয়টো পর্যালোচনা কৰা হয়। বৈঠকত পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়েও স্থান লাভ কৰে। সামাজিক মাধ্যমৰ এটা বার্তাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয়, যে এই বৈঠকত দেশৰ অৰ্থনৈতিক ...