October 13, 2024 8:02 PM

views 84

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্নৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ খন প্রতিমা বিসর্জন দিয়াৰ পাছত আজি দুই শতাধিক প্রতিমা বিসর্জন দিয়া হয়। জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া ২৭টা ঘাটত বিসর্জন প্রক্রিয়া সম্প্রতিও অব্যাহত আছে। প্ৰতিমাৰ সংখ্যালৈ চাই কোনো কোনো ঘাটত পুৱতি নিশালৈকে ব...

October 3, 2024 7:56 PM

views 57

দুর্গা পূজাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পূজা সমিতিলৈ নিৰ্দেশনা জাৰি

সমাগত দুর্গা পূজাৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূজা সমিতিসমূহলৈ নিৰ্দেশনা জাৰি কৰিছে। পূজা সুকলমে অনুষ্ঠিত কৰাৰ সন্দৰ্ভত গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আৰক্ষী প্ৰশাসনৰ সৈতে মহানগৰীৰ পূজা সমিতিসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। সমিতিসমূহলৈ দিয়া নির্দেশনা অনুসৰি প্ৰতিখন পূজা মণ্ডপত সুৰক্ষাৰ সুব্যৱস্থা কৰাৰ লগতে প্ৰাথমিক চিকিৎসা ব্যৱস্থা উপলব্ধ কৰিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। মণ্ডপত চিচি টিভি কেমেৰাৰ সংস্থাপন, প্ৰবেশ আৰু প্ৰস্থানৰ বাবে পৃথক পথৰ ব্যৱস্থা কৰাৰ লগতে পৰিবেশ অনুকুল সামগ...