August 22, 2025 12:13 PM

views 51

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেল

কলকাতাৰ ছল্ট লেক যুৱ ভাৰতী ক্রীড়াংগনত কাইলৈ ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ মুখামুখি হ'ব। ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াংগনত অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ১৬ বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক ২-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। খেলখনৰ দ্বিতীয়ার্ধত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবৰ হৈ মাইকেল কৰ্টাজাৰে প্ৰথমটো গ’ল দিয়ে যদিও তাৰ কিছু সময়ৰ পাছতে...