June 29, 2024 9:08 PM

views 24

আৰক্ষী আৰু স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যৰ পৰা মাদক দ্রব্য সৰবৰাহ-যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ আসক্তি হ্ৰাসৰ বিশেষ ব্যৱস্থা চৰকাৰৰ

অসম চৰকাৰে ৰাজ্যখনক মাদক দ্রব্য মুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু বিগত সময়ছোৱাত অসম আৰক্ষীৰ সহযোগত ৰাজ্যখনে এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই বিষয়ে প্ৰকাশ কৰি কয় যে, ৰাজ্য চৰকাৰে অসম আৰক্ষী আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত ৰাজ্যখনৰ পৰা মাদক দ্রব্য সৰবৰাহ আৰু যুৱ প্ৰজন্মৰ মাজত মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হ্ৰাস কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি প্ৰকাশ কৰা মতে অসমত ২০২৩-২৪ বৰ্ষত ৭ হাজাৰ ২৭৪ গৰাক...