December 30, 2025 10:15 AM

views 73

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইণ্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO ই চণ্ডীপুৰৰ ইন্টিগ্রেটেড টেষ্ট ৰেঞ্জত পিনাকা দীৰ্ঘ দূৰত্বৰ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। পৰিকল্পনা অনুসৰি উৰণৰ সময়ত সকলো কৌশল প্ৰদৰ্শন কৰি ৰকেটটোৰ সৰ্বোচ্চ ১২০ কিলোমিটাৰ দূৰত্বৰ বাবে পৰীক্ষা কৰা হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, লং ৰেঞ্জ গাইডেড ৰকেটে নিখুঁতভাৱে লক্ষ্যত উপনীত হয়। এই ৰকেটটো অস্ত্ৰ গৱেষণা আৰু উন্নয়ন প্রতিষ্ঠানে High energy materials research laboratoryৰ সহযোগত ডিজাইন কৰিছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এ...

December 24, 2025 10:19 AM

views 46

আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ ডি আৰ ডি অ’ৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা- ডি আৰ ডি অ'ই পৰৱৰ্তী প্ৰজন্মৰ আকাশ ক্ষেপণাস্ত্র ব্যৱস্থা বা আকাশ NGৰ ব্যৱহাৰকাৰী মূল্যায়ন সম্পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে। প্ৰতিৰক্ষা মন্ত্রালয়ে এটা বিবৃতিত জনাইছে যে, পৰীক্ষাৰ সময়ত এই ক্ষেপণাস্ত্ৰসমূহে সীমাৰ সমীপৰ -কম উচ্চতাৰ আৰু দীৰ্ঘ দূৰত্বৰ, উচ্চ উচ্চতাকে ধৰি বিভিন্ন ৰেঞ্জ আৰু উচ্চতাৰ লক্ষ্যক আঘাত কৰাত সফল হয়। আকাশ-মাৰ্গৰ বিভিন্ন ধৰণৰ ভাবুকিৰ বিৰুদ্ধে বায়ু প্ৰতিৰক্ষা নিশ্চিত কৰাৰ বাবে আকাশ-NG এটা শক্তিশালী ব্যৱস্থা। ইয়াত থলুৱা ৰেডিঅ' তৰংগ-ভিত্তিক...

March 27, 2025 3:50 PM

views 61

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাৰ হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন

  প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDO আৰু নৌ-সেনাই কালি ওড়িশাৰ চান্দিপুৰৰ সংহত পৰীক্ষণস্থলীৰ পৰা থলুৱাভাৱে বিকশাই তোলা ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ উলম্বভাবে নিক্ষেপ কৰিব পৰা হ্রস্ব দূৰত্বভেদি ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৰীক্ষাকালত ভূ-ভাগৰ পৰা উলম্ব উৎক্ষেপকৰ সহায়ত একেবাৰে ওচৰৰ আৰু ভূপৃষ্ঠৰ পৰা কম উচ্চতাত দ্রুতবেগেৰে অহা লক্ষ্য ভেদ কৰা হয়। ইয়াৰ জৰিয়তে ক্ষেপনাস্ত্রবিধৰ কম উচ্চতাত ওচৰৰ লক্ষ্য ভেদৰ সামর্থ্য প্রতিপন্ন হয়। এই পৰীক্ষণৰ সময়ত নিচেই কম দূৰত্বত থকা লক্ষ্যত নিখুঁটভাৱে ...

May 29, 2024 7:40 PM

views 68

আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ-M2 ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা-ডিআৰডিঅ'ই আজি উড়িশাৰ ভাৰতীয় বায়ু সেনাৰ এছ ইউ-থাৰটি এম কে ওৱান মঞ্চৰ পৰা আকাশ মাৰ্গৰ পৰা ভূপৃষ্ঠলৈ নিক্ষেপ কৰিব পৰা ৰুদ্ৰ এম টু ক্ষেপনাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে পৰীক্ষণৰ সকলো উদ্দেশ্যে পূৰ্ণ হোৱা বুলি প্ৰকাশ কৰিছে। ৰুদ্ৰ-এম টু থলুৱাভাৱে বিকশাই তোলা ক্ষেপনাস্ত্র প্রণালী। ডি আৰ ডি অ'ৰ বিভিন্ন পৰীক্ষাগাৰত বিকশাই তোলা ভালেসংখ্যক অত্যাধুনিক প্রযুক্তি এই ক্ষেপনাস্ত্র প্রণালীত প্ৰয়োগ কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৰন্দ্ৰ-এ...