November 17, 2024 7:06 PM

views 84

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা - DRDOই কালি ওড়িশাৰ ড০ এ পি জে আব্দুল কালাম দ্বীপৰ পৰা দেশৰ প্ৰথমটো শব্দতকৈ বেগী দীর্ঘ দূৰত্বভেদী ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰে। সশস্ত্র বাহিনীসমূহৰ বাবে ১৫০০ কিলোমিটাৰতকৈ অধিক দূৰত্বলৈ সমৰাষ্ট্ৰ কঢ়িয়াই নিয়াৰ বাবে এই ক্ষেপণাস্ত্র বিকশাই তোলা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমযোগে এই ক্ষেপণাস্ত্রবিধৰ সফল পৰীক্ষণৰ ঐতিহাসিক সাফল্য বুলি অভিহিত কৰে। এই পৰীক্ষণৰ পাছত এনেধৰণৰ জটিল আৰু অত্যাধুনিক সামৰিক প্ৰযুক্তিৰ সামৰ্থ্য বিশিষ্ট কেইখনমা...

August 14, 2024 12:13 PM

views 42

বায়ুসেনাৰ ছুখয়-থাৰ্টী এম কে-ৱান শ্ৰেণীৰ বিমানৰ পৰা গৌৰৱ নামৰ দীৰ্ঘ দূৰত্বভেদি গ্লাইড বোমাৰ পৰীক্ষণ সফলতাৰে সম্পন্ন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা ডি আৰ ডি অ’ই ভাৰতীয় বায়ুসেনাৰ ছুখয়-থাৰ্টী এম কে-ৱান শ্ৰেণীৰ বিমানৰ পৰা গৌৰৱ নামৰ দীৰ্ঘদূৰত্ব ভেদি গ্লাইড বোমাৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে ওড়িশাৰ উপকূল ভাগৰ সমীপত এহেজাৰ কিলোগ্ৰামৰ শ্ৰেণীৰ এই দীর্ঘ দূৰত্বভেদি বোমাৰ পৰীক্ষণ সম্পন্ন কৰা হৈছে। হায়দাবাদৰ ইমাৰট গৱেষণা কেন্দ্ৰই এই বোমাটো বিকশাই তুলিছে। বিমানৰ পৰা কৰা পৰীক্ষণৰ সময়ত হুইলাৰ্ছ দ্বীপৰ লক্ষ্যত নিখুঁতভাৱে আঘাত হানে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সফল ...