September 21, 2026 3:15 PM

views 5

প্রাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ এটা মন্তব্যক লৈ  কংগ্রেছক বিজেপিৰ তীব্র সমালোচনা

প্রাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰীৰ এটা মন্তব্যক লৈ বিজেপিয়ে আজি কংগ্রেছক তীব্র সমালোচনা কৰে। বিজেপিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত দলটোৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে ২০১৯ চনত লিখা এখন কিতাপৰ উদ্ধৃতিৰে প্ৰাক্তন প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে সাম্যবাদক হিন্দু জাতীয়তাবাদতকৈ বেছি ভাবুকি স্বৰূপ বুলি প্রাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰীয়ে মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰে। শ্রী ত্রিবেদীয়ে লগতে আৰু অভিযোগ কৰে যে কংগ্ৰেছে আজি বাওঁপন্থাৰ দিশে অগ্ৰসৰ হৈছে বা বাওঁ আদৰ্শৰ দ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছ...