October 18, 2024 8:29 PM

views 48

কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্যমন্ত্ৰী ডাঃ পেমাছান্নি চন্দ্ৰশেখৰ চৰাইদেউত উপস্থিত

দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি চৰাইদেউ জিলাত উপস্থিত হোৱা কেন্দ্ৰীয় গ্রামোন্নয়ন আৰু যোগাযোগ বিভাগৰ ৰাজ্যমন্ত্ৰী ডাঃ পেমাছান্নি চন্দ্ৰশেখৰে জিলাখনত ৰূপায়িত হৈ থকা বিভিন্ন চৰকাৰী আঁচনিৰ কাম-কাজৰ বুজ লোৱাৰ লগতে অগ্রগতি সন্দৰ্ভত পৰ্যালোচনা কৰে। জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰকাৰী বিভাগসমূহৰ মুৰববী বিষয়াসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, উদ্যোগ আৰু বাণিজ্য, জনস্বাস্থ্য কাৰি...