November 15, 2025 7:39 PM

views 43

ড০ বাণী কান্ত কাকতিৰ পূণ্য তিথি উপলক্ষে ৰাজ্যবাসীৰ শ্রদ্ধা নিবেদন

অসমীয়া ভাষা-সাহিত্যৰ কাণ্ডাৰী ড০ বাণী কান্ত কাকতিৰ পূণ্য তিথি উপলক্ষে আজি ৰাজ্যবাসীয়ে তেওঁক শ্রদ্ধা নিবেদন কৰিছে। একেধাৰে গৱেষক, ভাষাবিদ, সমালোচক ড° বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাতত্ব অধ্যয়নৰ দিশত যথেষ্ট বৰঙণি আগবঢ়াই থৈ গৈছে। Assamese its formation and development শীর্ষক গবেষণা গ্রন্থ ড০ কাকতিয়ে জীৱনৰ অনন্য কীর্তি। ইয়াৰ উপৰি পুৰণি অসমীয়া সাহিত্য, সাহিত্য আৰু প্রেমকে ধৰি সাহিত্য আলোচনামূলক গ্রন্থ আৰু সমাজতত্ব বিষয়ক গ্রন্থৰে তেওঁ অসমীয়া সাহিত্যৰ বৌদ্ধিক দিশটো চহকী কৰি থৈ গৈছে। মুখ্যমন্ত্রী ড০ হিমন্...