November 9, 2026 7:53 PM
5
সমগ্ৰ ৰাজ্যতে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে উৎসৱ মুখৰ পৰিৱেশ
সমগ্ৰ ৰাজ্যতে পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজা পালন কৰা হৈছে। দীপাৱলী উপলক্ষে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰতিটো অঞ্চল আলোকসজ্জাৰে দৃষ্টিনন্দন ৰূপত সজাই তোলা হৈছে। বজাৰসমূহত মাটিৰ চাকিৰ লগতে প্ৰশাসনৰ নিয়ম মানি বিক্রেতাসকলে ফটকা আটচবাজি আদি বিক্ৰী কৰিছে। পোহৰৰ উৎসৱৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। কালী পূজা আৰু দীপাৱলী উপলক্ষে আজি...