November 8, 2025 8:39 PM

views 50

যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি

অসমীয়া ভাষাত মণ্টেশ্বৰী শিক্ষাৰ বাটকটীয়া যোৰহাটৰ বাল্য ভৱন হাইস্কুলৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে। আজি পুৱা পতাকা উত্তোলনেৰে এই সমাৰোহ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছতে বাৰেৰহনীয়া শোভাযাত্ৰা আৰু চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পুজাৰীয়ে মহাৰজত জয়ন্তী উপলক্ষে প্রকাশিত প্রজ্ঞাতীর্থ শীর্ষক স্মৃতি গ্রন্থ উন্মোচন কৰে। এই অনুষ্ঠানতে বিদ্যালয়খনৰ বিভিন্ন ছাত্ৰ গোট প্ৰকাশ কৰা হাতে লিখা আলোচনীসমূহো উন্মোচন কৰা হয়। উন্মোচনী ভা...