January 12, 2025 12:08 PM

views 33

২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ ডিব্ৰুগড়ৰ লাঙি গদাপানী ক্ষেত্ৰত টাই সাংস্কৃতিক সন্মিলন

ডিব্ৰুগড়ৰ টেঙাখাতৰ লাঙি গদাপানী ক্ষেত্ৰত অহা ২১ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈ টাই সাংস্কৃতিক সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত কেইবাখনো দেশব প্রতিনিধিয়ে ভাগ ল'ব। অৰুণাচলৰ উপ-মুখ্যমন্ত্রী চৌনা মিনিয়ে অনুষ্ঠানৰ শুভাৰম্ভ কৰিব। বিশ্বৰ বিভিন্ন স্থানত থকা টাই জনগোষ্ঠীৰ লোকসকলৰ মাজত সংস্কৃতিৰ আদান-প্ৰদান কৰাই হৈছে এই সন্মিলনৰ উদ্দেশ। সন্মিলনৰ সৈতে সংগতি ৰাখি বিভিন্ন জনগোষ্ঠীয় বস্ত্ৰ আৰু সা- সম্পদৰ প্ৰদৰ্শনী মেলা, বৌদ্ধিক আৰু আধ্যাত্মিক আলোচনা, সাংস্কৃতিক কার্যসূচী, শোভাযাত্ৰাব আয়োজন কৰা হৈছে। এইবাৰ ...