July 8, 2026 1:29 PM
3
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেট্চৰ ছাত্ৰ ডাঃ কামাখ্যা প্রসাদ চক্ৰৱৰ্তীৰ দেহাৱসান
তেজপুৰৰ প্ৰবীণ চিকিৎসক, ১৯৪৭ চনৰ ৩ নৱেম্বৰত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথমটো বেট্চৰ ছাত্ৰ ডাঃ কামাখ্যা প্রসাদ চক্ৰৱৰ্তীৰ কালি সন্ধিয়া নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৯ বছৰ। উল্লেখযোগ্য যে ধুবুৰীত জন্মগ্ৰহণ কৰা ডাঃ চক্ৰৱৰ্তীয়ে ১৯৬২ চনত চীনা যুদ্ধৰ সময়ত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক হৈ থকাৰ সময়ত ভাৰত-চীন সীমান্তলৈ গৈ আহত জোৱানসকলক চিকিৎসা প্ৰদান কৰাত বলিষ্ঠ ভূমিকা লৈছিল। আকাশবাণীৰ প্ৰাক্তন সঞ্চালকপ্ৰধান মৌচুমী চক্ৰৱৰ্তীৰ পিত...