February 8, 2025 8:41 PM

views 50

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ঝুমইৰ বিনন্দিনী ২০২৫ৰ মাণ্ডলিকভিত্তিক প্রশিক্ষণ

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে আয়োজন কৰা ঝুমইৰ বিনন্দিনী ২০২৫ৰ মাণ্ডলিকভিত্তিক প্রশিক্ষণ তথা প্রদর্শন আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত অনুষ্ঠিত হয়। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, লখিমপুৰ, ধেমাজি জিলাৰ নিৰ্বাচিত ৩ হাজাৰ ৪৭১ গৰাকী ঝুমুৰ নৃত্য শিল্পীয়ে আজিৰ অনুষ্ঠানত নৃত্য প্ৰদৰ্শন কৰে। গুৱাহাটীৰ সৰুসজাইত ৮ হাজাৰ শিল্পীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অহা ২৪ ফেব্ৰুৱাৰীত চাহ জনগোষ্ঠীসকলৰ অপূৰ্ব কলাকৃষ্টিৰ নিদৰ্শন, ঝুমুৰ নৃত্য বিশ্ব অভিলেখৰ উদ্দেশ্যে পৰিৱেশন কৰিব। এই উপলক্ষে প্রস...