July 26, 2026 11:01 AM

views 6

ডিব্ৰুগড় জিলা প্রশাসনে বানত ক্ষতিগ্রস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰীৰ যোগান অব্যাহত ৰাখিছে

ডিব্ৰুগড় জিলা প্রশাসনে মানৱ সেৱা আৰু আন্তঃজিলা সহযোগিতাত অগ্ৰাধিকাৰ দি বানত ক্ষতিগ্রস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰীৰ যোগান ধৰিছে। জিলাখনে বর্তমানলৈকে ৩ লাখ ৩৩ হেজাৰ ৬২৪ লিটাৰতকৈ অধিক খোৱাপানীৰ বটল, ১ লাখ ৯৫ হেজাৰ ৮৫২টাৰো অধিক বিস্কুটৰ পেকেট, ৪৫ হেজাৰ লোকৰ বাবে সাত দিনৰ উপযোগী পর্যাপ্ত সামগ্ৰী প্ৰেৰণ কৰিছে। ডিব্ৰুগড় জিলা প্রশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে ৯৬খন সামগ্রী কঢ়িওৱা বাহন আৰু ৫৮খন ট্রাক প্রদান কৰিছে। তদুপৰি দুয়োখন জিলাত এছ ডি আৰ এফৰ কর্মীসহ উদ্ধাৰ অ...