July 22, 2026 7:50 PM
1
ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ ভগামূৰ ব্লক গাঁও, কুটোহাত বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন
ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে আজি ভগামূৰ ব্লক গাওঁ, কুটোহাত বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য আৰু উদ্ধাৰ অভিযান পৰ্য্যালোচনা কৰে। জিলা আয়ুক্ত, জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি এটা দলে মৰাণ ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো বান প্ৰভাৱিত গাওঁ পৰিদৰ্শন কৰে। দলটোৱে বানত ক্ষতিগ্রস্ত পৰিয়ালৰ মাজত সাহায্য সামগ্রী বিতৰণ কৰে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে আজি টিংখঙৰ দিচাং বালিয়নী গাওঁ আৰু সতী সাধনী বান সাহায্য শিবিৰত পশু স্বাস্থ্য সেৱা আগবঢ়ায়। এই শ...