July 25, 2026 12:33 PM

views 3

বাল্য বিবাহত জড়িত থকাৰ অভিযোগত ধুবুৰী জিলাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ছাবিনা বেগমক অপসাৰণ

ধুবুৰী জিলাৰ ৭১ নম্বৰ ভোগদহৰ গাঁও পঞ্চায়তত নিৰ্বাচিত আঞ্চলিক পঞ্চায়তৰ সদস্য ছাবিনা বেগমক বাল্য বিবাহত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক পঞ্চায়ত সদস্য পদৰ পৰা অপসাৰণ কৰা হৈছে। ধুবুৰী জিলা আয়ুক্তৰ পঞ্চায়ত শাখাই এটা নিৰ্দেশনা যোগে সদস্যগৰাকীক তাৎক্ষণিকভাৱে অযোগ্য ঘোষণা কৰি পদৰ পৰা অপসৰণ কৰে। উল্লেখযোগ্য যে ধুবুৰীৰ ওমৰ আলী আৰু হাৰুল এল ৰছিদ নামৰ দুজন লোকে দাখিল কৰা এখন অভিযোগ নামাত উল্লেখ কৰিছিল যে নিৰ্বাচিত আঞ্চিলক পঞ্চায়ত সদস্য গৰাকীয়ে ২০২৫ চনৰ পঞ্চায়ত নিৰ্বাচনৰ ...