August 1, 2026 9:53 PM

ধেমাজিৰ কোলাপথাৰস্থিত ইনড’ৰ ষ্টেডিয়ামত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠান

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ন হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজিৰ কোলাপথাৰস্থিত ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে।  এই কাৰ্যসূচীৰ উদ্বোধন কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা এই মহৎ অভিযান কেৱল গছপুলি ৰোপণৰ কাৰ্যসূচী নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে সেউজীয়া, সুস্থ আৰু বহনক্ষম অসম গঢ়াৰ এক জন আন্দোলন বুলি...