May 22, 2025 7:00 PM

views 37

ধেমাজিত সমগ্র শিক্ষা অভিযান আৰু নিপুণ অসমৰ সৌজন্যত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন

সমগ্র শিক্ষা অভিযান ধেমাজিৰ উদ্যোগত আৰু নিপুণ অসমৰ সৌজন্যত ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত ছাত্র-ছাত্রীসকলক আনুষ্ঠানিক শিক্ষাৰ প্ৰস্তুতি স্বৰূপে কিদৰে এটা সহজ পৰিবেশ দিব পাৰি সেই সন্দৰ্ভত এলানি সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। ছাত্র-ছাত্রীসকলক বিদ্যালয়ত নামভৰ্তিৰ পাছত প্ৰথম তিনি মাহ নৃত্য-গীতৰ মাজেৰে এটা সুন্দৰ পৰিবেশত বিলীন কৰি শিশুৰ শাৰিৰীক, মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধন কৰিব পাৰি সেই বিষয়সমূহ সামৰি জিলাখনৰ মাছখোৱা টাউন আৰু ধেমাজি সদৰত ইতিমধ্যে বাটৰ নাট অনুষ্ঠিত হৈছে আৰু পৰ্যায়ক্রমে বি...