October 16, 2026 12:50 PM
7
ধৰ্মশালাত আজি ই-প্ৰশাসন সংস্কাৰ বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ
হিমাচল প্ৰদেশৰ ধৰ্মশালাত আজি ই-প্ৰশাসন সংস্কাৰ বিষয়ক দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হ'ব। এই সন্মিলনত সমগ্ৰ দেশৰ জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু বিশেষজ্ঞসকল একত্ৰিত হৈ ই-প্ৰশাসন সংস্কাৰ, ডিজিটেল ৰূপান্তৰ, উদ্ভাৱন আৰু কাৰ্যকৰী শাসন ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত বিস্তৰিত আলোচনত মিলিত হ'ব। কৰ্মচাৰী, লোক অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি, এই সন্মিলনে জনসাধাৰণৰ প্ৰতি সঁহাৰিমূলক, স্বচ্ছ, দক্ষ আৰু প্ৰযুক্তি-নিৰ্ভৰশীল শাসন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত চলাই থকা যৌথ প্রচেষ্টাক অধিক শক্তিশালী কৰি তুলি...